সৰস্বতীসৰসৰীয়া

সৰস্বতী পূজা (Assamese) [ Roman: xo.ro.sbo.ti pu.ja]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-18
1. (Proper Noun) Saraswati Puja, the ritual worship of the goddess Saraswati, is done on Vasant Panchami day every year. The festival is celebrated to pay obeisance to Saraswati, the goddess of knowledge and learnin. সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ ৷ প্ৰতি বছৰে বসন্ত পঞ্চমীত এই পূজা অনুষ্ঠিত কৰা হয় ৷